Home বুসিনেশ তিপস মেডিকেল লেবৰ ব্যৱসায়
মেডিকেল লেবৰ ব্যৱসায়

মেডিকেল লেবৰ ব্যৱসায়

by Tandava Krishna

কেনেদৰে হস্পিতাল পৰীক্ষাগাৰৰ ব্যৱসায় আৰম্ভ কৰিব 

৭০% বেমাৰৰ ট্ৰিটমেণ্ট কেৱল মাত্ৰ পৰীক্ষাগাৰত কৰা  ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি কৰা হয় যদি হে আপুনি এইটো দিশৰ ব্যবসায়ত আগুৱাই যাৱ বিচাৰে তেনেহলে তলত কিছুমান উপদেশ দিয়া হৈছে 

১. আগতীয়া পৰিকল্পনা 

আগতীয়াকৈ পৰিকল্পনাঃ আপুনি কিবা এটা কাৰ্য কৰাৰ আগতে ভালদৰে বিচাৰ কৰি লোৱাৰ উপৰিও কামটোৰ ওপৰত অলপ গৱেষণা কৰি লোৱাটো অতি প্ৰয়োজন।এনে কৰিলে আপোনাৰ ভবিয্যতলৈ হব পৰা অৰ্থনৈতিক লোকচানৰ পৰিমাণও কম হব যদিহে আপুনি অন্য কাম কৰি আছে তেনেহলে নিশ্চয় কিছু সময় লোৱা উচিত এক সফল ব্যৱসায় কৰিবলৈ হলে পৰ্যাপ্ত মূলধনৰ উপৰিও এক উপযুক্ত স্থান বিচাৰ কৰা অতি প্ৰয়োজন।

২.পৰ্যাপ্ত মূলধন 

পৰীক্ষাগাৰ আৰম্ভ কৰিবলৈ হলে বহুতো ধৰণৰ ক্ষেত্ৰত খৰচ কৰিব লগা হয় প্ৰথমতে আপুনি এটা উপযুক্ত ঘৰ ভাড়াতীয়া হিচাপে লোৱা বা কোনো ঠাইত এটা উপযুক্ত পৰীক্ষাগাৰ বনোৱাত যঠেষ্ট মচলধনৰ প্ৰয়োজন হবতাৰোপৰি  আপোনাক পৰীক্ষাগাৰত ব্যৱহৃত সামগ্ৰী আৰু ব্যৱসায়ত জড়িত কৰ্মচাৰীক  মাহেলি দৰমহা আদি দিবৰ বাবে মূলধনৰ দৰকাৰ হব

 পৰীক্ষাগাৰ আৰম্ভ কৰাৰ সময়ত কাৰোবাৰ লগত প্ৰয়োজন হোৱা মূলধন নাথাকিব ও পাৰেএনে ক্ষেত্ৰত লোণ লব গৈ বিপদত পৰিব পাৰে , অধিক ঋণ ললে তথা বেলেগৰ পৰা পইচা ললে ই আপোনাক মানসিক হেঁচা দিব পাৰে

আপুনি ঋণ লব বিচাৰিলে ডাক্তৰৰ বাবে থকা বিশেষ ঋণে  আপোনাক অধিক সহায় কৰিব যত আপুনি ৪৫% পৰ্যন্ত ই এম আই টি ৰেহাই কৰিব পাৰিব

৩.চিকিৎসা জনীত যন্ত্ৰপাতি 

আপুনি পৰ্যাপ্ত যন্ত্ৰ পাতি অবিহনে পৰীক্ষাগাৰৰ কাম আৰম্ভ কৰিব নোৱাৰে গতিকে এই বিষয়ত জ্ঞান থকা এজন ব্যক্তিৰ পৰামৰ্ষ লৈ আপোনাৰ বাবে লাগতিয়াল যন্ত্ৰ পাতি বোৰৰ এক তালিকা বনাওক যত তেজ গ্ৰহণ কৰা যন্ত্ৰ, এক্স ৰে কৰা যন্ত্ৰ, চি টি স্কেন কৰা যন্ত্ৰ, হাৰ্ট মণিতৰ আদি অন্তৰ্ভুক্ত হব ইয়াৰ লগতে আপোনাক অন্য সামগ্ৰী যেনে তেজ সংগ্ৰহ কৰা আহিলা , দৰকাৰী ৰাসায়নিক দ্ৰব্য আদি অন্তৰ্ভুক্ত কৰা যাতে আপোনাৰ লেবৰ মানদণ্ড উন্নত হৈ থাকে। যিহেতু আপোনাৰ ব্যৱসায়ৰ  মানদণ্ড আপোনাৰ পৰীক্ষাগাৰত  ব্যৱহাৰ কৰা সামগ্ৰী বোৰৰ গুনগত মানদন্দৰ  ওপৰত নিৰ্ভৰ কৰে

৪.উপযুক্ট কৰ্মচাৰী 

যিহেতু পৰীক্ষাগাৰৰ লগত জড়িত কাম বোৰ অতি গুৰুত্বপূৰ্ণ হয়, গতিকে আপুনি এনে মানুহ কামত লগাব লাগিব যাৰ এইক্ষেত্ৰত পৰ্যাপ্ত জ্ঞান থাকে আপুনি ডক্টৰ, নাৰ্ছ , লেব টেকনিছিয়া ন  আদিক অন্তৰ্ভুক্ত কৰিব লাগিব আপুনি যাতে পৰ্যাপ্ত কৰ্মচাৰী ৰাখে তাক নিশ্চিত কৰিব লাগিব আৰু ডক্টৰৰ সুবিধা হোৱাৰ লগতে সময়ৰো সংৰক্ষণ হয় ইয়াৰ উপৰিও অন্য কাম কৰা মানুহৰ ও দৰকাৰ হব যেনে চাফাই কৰ্মী , আৰ্থিক দিশ চোৱা মানুহ আদি আপুনি যাতে কৰ্মচাৰী নিযুক্ত কৰিবলে উপয্যক্ট পৰিকল্পনা কৰিব পাৰে তাক শুনিশ্চত কৰিব লাগে  

৫. দৰকাৰী নথি পত্ৰ আৰু নামকৰণ 

আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে দৰকাৰী লাইচেঞ্চ বনাব লাগিব এই লাইচেঞ্চ বোৰ ভিন ভিন ব্যৱসায় অনুযায়ী বেলেগ বেলেগ এইটো এটা দৰকাৰী নিয়ম যাক আপুনি নাকচ কৰিব নোৱাৰে ইয়াৰ লগতে অন্য লাগতিয়াল নথি পত্ৰ বোৰ বনাই সময় সাপেক্ষে সেইবোৰ ৰিনিও কৰি থাকিব লাগিব  

 যিহেতু আপুনি চিকিৎ সা জনীত ব্যৱসায়ৰ লগত জড়িত গতিকে এই কাম কাজ কৰাৰ আগতে যথেষ্ট গুৰুত্ব দিব লাগে  

শিঘ্ৰে বিকাশ হব ধৰা পৰীক্ষাগাৰৰ ব্যৱসায় এ ভাৰতৰ ব্যৱসায়িক কেন্দ্ৰ খন আৱৰি ধৰিছে ভাৰতৰ পৰীক্ষাগাৰকেন্দ্ৰিক ব্যৱসায় ১৫%- ২০% হাৰত বিকাশ পায় আছে যাৰ আৰ্থিক মূল্য ৪০,০০০কোটিপৰীক্ষাগাৰৰ ব্যৱসায় আৰম্ভ কৰাত লাভ পৰিমাণ যথেষ্ট দেখিবলৈ পোৱা যায়।  

নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ তলত উল্লেখ কৰা কথা সমূহ নজৰ কৰক 

অৱস্থান

চিকিৎ সা কেন্দ্ৰিক ব্যৱসায় আৰম্ভ কৰিবলৈ হলে এক উপযুক্ট স্থানৰ দৰকাৰ। এই ব্যৱসায়ত সঠিক ঠাইৰ বিচাৰে আপোনাৰ ব্যৱসায়ত বহুত প্ৰভাৱ পেলাব। ঘন বসতিপূৰ্ণ ঠাইৰ লগতে এখন চিকিৎসালয়ৰ ওচৰত ভাৰাতীয়া বা এটা উপযুক্ত ঘৰ নিজে গঢ়ি লব যাতে পৰীক্ষাগাৰত ব্যৱহৃত বস্তূবোৰ সঠিক ভাবে মজুত কৰিব পাৰে। পৰীক্ষাগাৰতো গ্ৰাহকৰ বাবে চকুত লগা তথা আকৰ্ষনীয় হব লাগে।

সৰু চহৰ বা গাৱলীয়া ঠাই এখনত পৰীক্ষাগাৰ খোলা যত আগৰে পৰা বহুত এনে ধৰনৰ ব্যৱসায় আছেই, তেনে স্হলত এই ব্যৱসায়ত লাভান্বিত হোৱাতো কঠিন। আপোনাৰ পৰীক্ষাগাৰ থকা অঞ্চল তো চাফ চিকুনটা থকা হব লাগে , যিহেতু ই স্বাস্থ্যৰ লগত জড়িত চিকিৎ সা জনীত যন্ত্ৰ পাতি বোৰক এক পৰ্যাপ্ত ঠাইৰ প্ৰয়োজন হয়, লগতে শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ থকাটো অতি গুৰুত্বপূৰ্ণ   সাধাৰণতে পৰীক্ষাগাৰটো ঘৰৰ তলৰ অংশ ত থকা তো অতি গুৰুত্বপূৰ্ণ , কাৰণ তেনে কৰিলে বয়সস্থ মানুহ তথা অসুস্থ মানুহৰ বাবে অতি ফলদায়ক হব  

নামকৰণ 

আপোনাৰ লেবৰ ব্যৱসায় আৰম্ভ কৰিবলৈ হলে বহুতো নথি পত্ৰ ৰ আৱশ্যক লাগীতিয়লা ভাবে চৰকাৰী কৰ্মচাৰী ৰ লাগত সংযোগ কৰি নামকৰণ কৰাৰ লগতে অন্য লাগতিয়াল কাগজ পাতি তৈয়াৰ কৰি লব লাগে 

মূলধন

লেবৰ ব্যৱসায় আৰম্ভ কৰিবলৈ হলে পৰ্যাপ্ত পৰিমানৰ মূলধনৰ দৰকাৰ আপুনি জানা উশীত যে লেবৰ বাবে দৰকাৰী যন্ত্ৰ পাতি ৰ দাম অধিক বেছি আৰু ইয়াৰ লগতে অন্য ক্ষেত্ৰ যেনে বিজুলী বিল, পানী, কৰ্মচাৰী আদিৰ ক্ষেত্ৰত পইছা দৰকাৰ হব  

যন্ত্ৰ পাতি

আপুনি পৰ্যাপ্ত যন্ত্ৰ  অবিহনে লেবৰ ব্যৱসায় আৰম্ভ কৰিব নোৱাৰে দৰকাৰী যন্ত্ৰ এখন তালিকা বনায় লব যেনে তেজ গ্ৰহণ কৰা যন্ত্ৰ, এক্স ৰে কৰা যন্ত্ৰ, চি টি স্কেন কৰা যন্ত্ৰ, হাৰ্ট মণিতৰ আদিৰ অন্তৰ্ভুক্ত ইয়াৰ লগতে আপোনাক অন্য সামগ্ৰী যেনে তেজ সংগ্ৰহ কৰা আহিলা , দৰকাৰী ৰাসায়নিক দ্ৰব্য আদি অন্তৰ্ভুক্ত কৰা দৰকাৰ  

কৰ্মচাৰী 

আপুনি এনে মানুহ কামত লগাব লাগিব যাৰ পৰ্যাপ্ত জ্ঞান থাকে আপুনি ডক্টৰ, নাৰ্ছ , লেব টেকনিছিয়া ন  আদি মানুহ লব লাগিব ইয়াৰ উপৰিও অন্য কাম কৰা মানুহৰ ও দৰকাৰ হব যেনে চাফাই কৰ্মী ,  আৰ্থিক দিশ চোৱা মানুহ আদি আপুনি যাতে কৰ্মচাৰী নিযুক্ত কৰিবলে উপয্যক্ট পৰিকল্পনাঃ কৰে তাক শুনিশ্চত কৰিব লাগে  

 

Related Posts

Leave a Comment