Home বুসিনেশ তিপস খুচুৰা ফলৰ দোকান
খুচুৰা ফলৰ দোকান

খুচুৰা ফলৰ দোকান

by Tandava Krishna

*ভাৰতবৰ্ষত ফলমূলৰ খুচুৰা বিক্ৰেতা সকলে জানিব লগীয়া গুৰুত্ব পুৰ্ণ কথা*  

      এজন সুদক্ষ উদ্যোগীয়ে সদায় ব্যৱসায়ৰ সকলো ধৰণৰ সুযোগৰ প্ৰতি লক্ষ্য ৰাখেকৰ্মপটুতাৰ চাবি কাঠিয়ে হৈছে সুযোগভাৰতত এখন সুবৃহৎ কৃষিজাত সামগ্ৰীৰ বজাৰ আছেফল মূল হৈছে কৃষিজাত সামগ্ৰীৰ প্ৰাথমিক উৎপাদিত বস্তু

      স্বাস্থ্যৰ প্ৰতি সচেতন যুৱ প্ৰজন্মই ফলমূলৰ প্ৰতি আকৰ্ষিত সকলোৰ বাবে আপপুনি মন কৰিলে স্থানীয় পাইকাৰী বজাৰৰ।  পৰা সতেজ বল মূল যোগান ধৰাৰ বাবে সফল ভাৱে খুচুৰা বিক্ৰী কেন্দ্ৰ স্থাপন কৰিব পাৰে

*ভাৰতত কি দৰে খুচুৰা ব্যৱসায় আৰম্ভ কৰিব পাৰি তাৰে কিছু নিৰ্দেষনা দিয়া হ’ল*  —-

  *কি বিক্ৰী কৰিব*

    প্ৰথমতে কি বিক্ৰী কৰিব তাৰ সিদ্ধান্ত লগিবসাধাৰণতেপোৱৱ ফলমূল যেনে আপেল,

কমলা, কল আদি স্থানীয় চাহিদা অনুযায়ী পৰ্যাপ্ত পৰিমানে যোগান ধৰিব লাগিবতাৰোপৰি কিউই আৰৰুউ মালবেৰিজৰ দৰে বিদেশৰ পৰা অহা ফলমূলো বিবেচনা কৰিব পাৰে

   বিদেশৰ পৰা অনা ফল মূলৰ পৰিপক্কতাৰ সয়ময় আদিৰ সাধাৰণ পৰ্যাবেক্ষণৰ কথাওঁ জানিব লাগিবএইকামৰ আত্মনিয়োগ কৰাৰ আগতে যথেষ্ট জ্ঞানৰ প্ৰয়োজনফলমূলৰ সতেজতাৰ ধাৰণাওঁ থাকিব লাগিব

*আপুনি যোগানৰ ব্যৱস্থাপনা কেনেকৈ কৰিব*    

ফলমূলৰ ব্যৱসায়ত যোগান  হৈছে প্ৰাথমিক কামসতেজ আৰু উত্তম গুণৰ ফল মূলৰ বাবে নিৰ্ভৰ যোগ্য উৎস লাগিবআপুনি যদি আমদানী যুক্ত সামগ্ৰী বিক্ৰী কৰিব বিচাৰে তেনেহলে আপোনাআক যোগানৰ ক্ষেত্ৰত নিৰ্ভৰ যোগ্য মানুহ লাগিব

           আপোনাৰ দোকানত ফলমূল বিক্ৰীৰ বাবে গ্ৰাম্য অঞ্চলৰ ফল মূলৰ খেতিয়কৰ লগত প্ৰত্যক্ষ যোগাযোগ ব্যৱস্থা থাকিব লাগিবএইদৰে আপুনি নিজেই খেতিয়কৰ পৰা জৈৱ সাৰ প্ৰয়োগ কৰা সুন্দৰ ফল মূল সংগ্ৰহ 

কৰিব পাৰিবআৰু ক্ষেত্ৰ ভিত্তিক এক সম্যক ধাৰণাৰো জ্ঞান

*দোকান বা বিক্ৰী কেন্দ্ৰ আপুনি ক’ত খুলিব*    

      এটা ব্যৱসায়ৰ বাবে স্থানে হৈছে বিক্ৰীৰ মূল ব্যৱস্থাএখন সুন্দৰ বজাৰৰ বাবে আপুনি নিৰ্ব্বাচন কৰা ঠাইদোখৰজনবসতি পুৰ্ণ লে ভালনিত্য ব্যৱহাৰ্য বস্তুৰ লগতে ফলমূলো কিনা সামৰ্থবান ক্ৰেতা লে ভাল

     দোকানৰ বাবে আহল বহল ঠাই লে ভালঠাই দোখৰ সুন্দৰ জাক জমকতাৰ কথা নাইক্ৰেতা বিলাকে  গাআড়ী ৰখা  আৰুদেওঁবৰীয়া সমাবেশৰ ঠাই লে ভাল

*আপোনাৰ বব্যৱসায়টো ভৱিষ্যতৰ দিক্ দৰ্শক লাগিলে তলৰ কথা কেইটাতত গুৰুত্ব দিব লাগিব*।।  

  • মালিকী স্বৰ্ত্তৰ ধৰণ
  • আপুনি বিক্ৰী কৰিব বিচৰা ফল মূলৰ তালিকা
  • ব্যৱসায়টোৰ বুনিয়াদৰ খৰছ আৰু আহিলা পাতি ক্ৰয় খৰছৰ ধাৰণা
  • কৰ্মচাৰীৰ সংখ্যা
  • বজাৰ সম্পৰ্কীয় আচনিৰ পৰ্যাবেক্ষণ,আপোনাৰ সকলো আচনি বেংকৰ ঋণৰ জৰিয়তে ব্যৱস্থাপনা কৰিব পাৰে

*অনুজ্ঞা পত্ৰৰ বাবে আপুনি কেনেকৈ যোগাযোগ কৰিব*    

     “ফুড চেফটি এণ্ড ষ্টেণ্ডাচ অথৰিটি অব ইণ্ডিয়া পৰা বাণিজ্যিক অনুমতি লাগিবকাৰ্যালয়ৰ যাৱতীয় অনুজ্ঞা পত্ৰৰ বাবে,আইনী প্ৰক্ৰিয়খৰ বাবে উকিলৰ  পৰামৰ্শৰো দৰকাৰ

*আপুনি ক’ত ক’ত বিতৰণ কৰিব*     

অকল দোকান খনৰ পৰাই যথেষ্ট পৰিমাণৰ লাভ নাহেবৰ্তমান যুগটো হৈছে ডিজিটেল যুগআজি কালি মানুহে ঘৰতে বহি নিত্য ব্যৱহাৰ্য বস্তু পোৱা ব্যৱস্থা হৈছেআপুনিওঁ সুলভ মূলংযত ঘৰতে

গ্ৰাহকে ফলমূলৰ ব্যৱস্থা কৰিবলৈইকমাৰ্চ ব্যৱস্থা কৰিব আৰুলগতে আপুনি ভ্ৰাম্যমান বিক্ৰী দোকানো কৰিব পাৰেএইদৰে আপুনি বুজন সংখ্যক গ্ৰাহক পাব

*কাক আপুনি কামৰ বাবে ল’ব

ব্যৱসায়টোত আপুনি অকলে দৌৰি ফুৰিব নালাগেআপুনি সুদক্ষ পৰিচালক আৰু বিক্ৰীৰ সহায়ক নিয়োগ কৰিব।” গৃহ যোগান ব্যৱস্থাত আপুনি যাতায়ত খৰছো অন্তৰ্ভূক্ত কৰিব লাগিবযিয়ে আপোনাৰ বাবে কাম কৰিব তেনে ব্যক্তিক মকৰল কৰক

*ভঁৰালৰ পৰিচালনা*    

অন্যান্য পণ্য সামগ্ৰীবোৰৰ দৰে ফল মূলৰো উজ্জ্বলতা আছেকিন্তু ফলমূল অলপতে নষ্ট হোৱা বস্তুসেই বাবে সুদক্ষ কৰ্মচাৰীৰ প্ৰয়োজনগ্ৰাহকে যাতে সতেজ in ফল মূল পায় তাৰ ওপৰতো কাঢ়া নজৰ ৰাখিব লাগিবগ্ৰাহক সকলকক সুন্দৰ ফলমূল যোগান ধৰাটো আপোনাৰ প্ৰধান দায়িত্ব

**আপুনি দাম কিদৰে নিৰ্দ্ধাৰণ কৰিব*   

গ্ৰামাঞ্চলত কৃষিজাত সামগ্ৰীৰবজাৰবোৰৰ লাভাজনক সুবিধা নাথাকেবজাৰৰ দৰ যোগানআৰু চাহিদাৰ ওপৰত নিৰ্ভৰ কৰেবিক্ৰেতা সকলোৰ হাতত একেবাৰে কম পৰিমানৰহে লাভ থাকে‌।চুপাৰ মাৰ্কেটৰ দৰে বিক্ৰীৰ ব্যৱস্থাৰ প্ৰসৰতা বঢ়ালে দাম নিৰ্দ্ধাৰণ কৰাটো সহজ

সুন্দৰ জৈৱ সাৰ ব্যৱস্থাৰ প্ৰয়োগ থকা উপাদানবোৰক উচ্চহাৰত বিক্ৰী  কৰি সন্তোষ জনক দাম নিৰ্দ্ধিৰণ কৰিব পাৰে

*আপোনাৰ ফল মূলৰ  মাৰ্কা কেনেদৰে মাৰিব*    

 নতুন ব্যৱসায়ী এজনৰ বাবে  বিজ্ঞাপন অতি জৰুৰী বিষয়আপোনাৰ বিক্ৰী কৰিবলগীয়া ফল মূল খিনিৰ বাবে বজাৰৰ ভৌগলিক স্থান নিৰ্ণয় কৰি প্ৰচাৰৰ প্ৰতিফলন কৰি এক অনন্যবিক্ৰীৰ ব্যৱস্থা কৰি সফল পাৰেক্ৰয় বিক্ৰয়ৰ সুন্দৰ ব্যৱস্থাৰে আপুনি প্ৰতিষ্ঠিত বলৈ সক্ষম

আপোনাৰ সামগ্ৰীৰ বিক্ৰীৰ বাবে আকৰ্ষণীয় এটা প্ৰতীক ব্যৱহাৰ কৰিব

আপোনাৰ ভৰালৰ সুন্দৰ পৰিষ্কাৰ ছবি এটা দাঙি ধৰিব

আপোনাৰ বিক্ৰী কেন্দ্ৰৰফুদ ফেয়াৰতএটা  বাৰ্তা দিব

আপোনাৰ নিজৰ সামগ্ৰীৰ বিক্ৰীৰ বাবে ৱেব চাইট খুলিব

অনলাইন ব্যৱসায়ৰ বাবে সততে সতৰ্ক হৈ থকা উচিত

সপ্তাহত এদিন ৰেহাই মূল্যত বস্তু বিক্ৰী কৰিব লাগে

ওচৰত থকা মল আদিত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব লাগে‌।

গ্ৰাহকবোৰে বজাৰত পোৱা কৃত্ৰিম সাৰ প্ৰয়োগ কৰা ফল মূলৰ সলনিআপোনাৰ যোগানৰ জৈৱ সাৰৰ প্ৰয়োগ কৰা ফল মূলৰ প্ৰতি আকৰ্ষিত

*মন্তব্য*    

ভাৰতত ফলমূলৰ খুচুৰ বিক্ৰীৰ উদ্যোগৰ অগ্ৰগতিৰ সম্ভৱাপূৰ্ণভাৰতে শাক পাচলি আৰু ফল মূল পৃথিৱীৰ অন্য দেশলৈ ৩২. শতাংশ ৰপ্তানী কৰে আৰু কল আৰু আম ২২. শতাংশ বিদেশলৈ যায়

ফল মূলৰ খুচুৰা বিক্ৰেতা হিচাপে আপুনি আত্ম নিৰ্ভৰশীলহৈ চলিব পাৰিব সুন্দৰ গুণযুক্ত সামগ্ৰী যোগানে আপোনাৰ সন্মান বজাৰত প্ৰতিষ্ঠিত কৰিব‌ ।আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে দৰকাৰী লাইচেঞ্চ বনাব লাগিব এই লাইচেঞ্চ বোৰ ভিন ভিন ব্যৱসায় অনুযায়ী বেলেগ বেলেগ এইটো এটা দৰকাৰী নিয়ম যাক আপুনি নাকচ কৰিব নোৱাৰে ইয়াৰ লগতে অন্য লাগতিয়াল নথি পত্ৰ বোৰ বনাই সাময় সাপেক্ষে সাইবোৰ ৰেনেও কৰি থাকিব লাগিব অন্য খাদ্য বনোৱা ব্যৱসায় বোৰে যেনেদৰে স্বাস্থ জনীত বিভিন্ন কথা গুৰুত্ব দিব লগা হয়, ঠিক তেনেদৰে আপুনিও লাগতিয়াল নথি পত্ৰ সংগ্ৰহ কৰিব লাগে স্বাস্থ জনীত বিশ্বাস দিবৰ বাবে। 

ইয়াৰ লগতে  সামাজিক দায়িত্বৰ ইন্সুৰেঞ্চৰ লগতে ব্যৱসায়িক ক্ষতিপূৰণ ইঞ্চুৰেঞ্চ বনুৱা তো অতি গুৰুত্বপূৰ্ণআপুনি পলিচি বোৰ কৰাৰ সময়ত ভালদৰে পঢ়ি শুনি কৰিব লাগে যাতে পিছত কোনো সমস্যাৰ সৃষ্টি নহয়

Related Posts

Leave a Comment